Tuesday 28 May 2013

কবিতা


:দুৱাৰ:

মৌন ওঁঠ

মৌনতাই বহু কথা কয়

আহা !! 



আজি আন্ধাৰৰ সৈতে কথা পাতো



কিমান নিষ্ঠুৰ হ’ব পাৰে সময় !!



এখন দুৱাৰ



সংজ্ঞাহীন হৈ পৰি আছে


তোমাৰ আৰু মোৰ মাজৰ 

নৈঃশব্দতাত।

( জনসাধাৰণ কাকতৰ ইত্যাদিত প্ৰকাশিত)


No comments:

Post a Comment