Tuesday 28 May 2013

কবিতা


#স্কেচ্ছ#


ৰ’দজাকে আলফুলে চুই যায় হেঁপাহৰ ৰংবোৰ। 

আঁকিব খুজিও যে আঁকিব নোৱাৰো। 
বিশ্বাসবোৰ উদ্দেশ্যহীনতাৰ প্ৰহেলিকা হৈ চপৰা চপৰে খহে.............



এইখন উকা হৃদয়ৰ স্কেচ্ছ!!

য’ত ভালপোৱাৰ দাম নাই !!!

পুনশ্চঃ

অন্ততঃ
এবাৰ
নাই নালাগে
নিজকে স্বাৰ্থপৰ যেন লাগিব !!


No comments:

Post a Comment