ব্লগটোত সন্নিবিষ্ট প্ৰতিটো লেখা ইতিমধ্যে বিভিন্ন বাতৰিকাকত আৰু আলোচনী আদিত প্ৰকাশিত
শিতান সমূহ
অনুভৱৰ দিনলিপি ( গদ্য)
অসমীয়া বোলছবিৰ কথাৰে
আলোকচিত্ৰ শিতান
কথা-বতৰা শিতান
কবিতা শিতান
গল্প শিতান
গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে
চিঠিৰ কথাৰে..........
প্ৰবন্ধ
মোৰ প্ৰকাশিত লেখাসমূহ
Saturday 30 November 2013
:ছায়া:
পোহৰ হ’লেই
সুহুৰিয়াই সুহুৰিয়াই গুছি যায়
নিলগলৈ
সেইবাবে মই তেওঁৰ নাম ৰাখিছিলো
“ছায়া”
আজিকালি প্ৰায়ে তেওঁ মোৰ কথা শুনি শুনি
মাথো নিৰলে কান্দে আন্ধাৰবোৰৰ মাজত!!
আমাৰ ৰাতিটো এনেকৈয়ে পাৰ হয় |
-ইন্দ্ৰনীল গায়ন
( জনসাধাৰণ কাকতৰ দেওবৰীয়া বিশেষ সাহিত্য শিতানত প্ৰকাশিত)
Friday 29 November 2013
ছবিয়ে কথা কয় (মোৰ আলোকচিত্ৰসমূহ)
Thursday 28 November 2013
বিভিন্ন কাকত, আলোচনী আদিত প্ৰকাশিত মোৰ কবিতা, অনুভৱৰ গদ্য, গল্প, প্ৰবন্ধ ইত্যাদি
আমাৰ অসম
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)