Saturday 23 November 2013

:প্ৰহেলিকা:





 অহাৰ বাটেৰে উভতি যায়
   আৰু
 মই বিচাৰি ফুৰো
 তেওঁ পিন্ধা নূপুৰৰ ৰুণজুন ৰুণজুন শব্দবোৰ
 ক্ৰমশঃ
 নিশাৰ চঞ্চল বতাহজাকত
 উশাহৰ চাকনৈয়া !!

-ইন্দ্ৰনীল গায়ন

( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)


No comments:

Post a Comment