Saturday 23 November 2013

: ঠিকনা:

     

 এটি শব্দহীন ঠিকনা.....
    ক’ৰবাত ৰিণি ৰিণি শুনো....
     উহু....
  নাই দেখোন....
  বাঁহীৰ সুৰৰ সৈতে উজাগৰী নিশাটো পাৰ কৰো,
     আঃ
  আজিও ....???
  এখন্তেক
স্মৃতিৰ দলিচাখনত বহি  জিৰণি লৈছিল
    নিঃসংগতা হেঁনো  তেওঁৰ প্ৰিয় সংগী..
      তথাপি…
   চকুৱে, মুখে দেখোন বিষণ্ণতাৰ দাগ….
    কি হেৰুৱাইছে  আপুনি…???
-       ইন্দ্ৰনীল গায়ন



No comments:

Post a Comment