Sunday 9 June 2013

এটি সপোনৰ স্তৱক


এখিৰিকী জোনাক সোমাইছে 
তোমাৰ শেতেলীত
নুচুবা !! 
ভাগি যাব 
নিশাৰ সপোনবোৰ।

No comments:

Post a Comment