Saturday 30 November 2013

:ছায়া:



পোহৰ হ’লেই
সুহুৰিয়াই সুহুৰিয়াই  গুছি যায় 
নিলগলৈ
সেইবাবে মই তেওঁৰ নাম ৰাখিছিলো
 “ছায়া”  
  আজিকালি প্ৰায়ে তেওঁ মোৰ কথা শুনি শুনি
  মাথো নিৰলে কান্দে আন্ধাৰবোৰৰ মাজত!!
  আমাৰ ৰাতিটো  এনেকৈয়ে পাৰ হয় |
    -ইন্দ্ৰনীল গায়ন

( জনসাধাৰণ কাকতৰ দেওবৰীয়া বিশেষ সাহিত্য শিতানত প্ৰকাশিত)

No comments:

Post a Comment