Thursday 16 May 2013

কবিতা


:জীৱন আৰু তাৰ মাজৰ শূন্যটো:


জীৱন আৰু তাৰ মাজৰ শূন্যটো
আসঃ
শূন্যতাৰ গভীৰতা
আপুনি দেখিছেনে বাৰু...?
শূন্যৰ কোনো অস্তিত্ব নাই !! 
সকলোবোৰ অব্যক্ত
সুখ আছে বাবেই দুখ আছে
তাৰ মাজৰ ডাঙৰ শূন্যতাটোত
ৰৈ যায় প্ৰাপ্তি অপ্ৰাপ্তিৰ বেদনাবোৰ
জীৱনৰ আৰম্ভণি আৰু শেষ নামৰ শূন্যটোৰ অংকটো বৰ জটিল। 

No comments:

Post a Comment