ব্লগটোত সন্নিবিষ্ট প্ৰতিটো লেখা ইতিমধ্যে বিভিন্ন বাতৰিকাকত আৰু আলোচনী আদিত প্ৰকাশিত
শিতান সমূহ
অনুভৱৰ দিনলিপি ( গদ্য)
অসমীয়া বোলছবিৰ কথাৰে
আলোকচিত্ৰ শিতান
কথা-বতৰা শিতান
কবিতা শিতান
গল্প শিতান
গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে
চিঠিৰ কথাৰে..........
প্ৰবন্ধ
মোৰ প্ৰকাশিত লেখাসমূহ
Sunday 24 February 2013
কবিতা
অনুভৱৰ স্বৰ
(১)
সুবাস
এপাহি ফুল সৰি পৰিল
ভগ্ন বুকুৰ ওপৰতেই
নিৰ্বাক সময়
ৰৈ গ’ল
সুবাসৰ স্নিগ্ধতা...
(২)
জোনাক
নিশা জোনাকৰ টুকুৰা
নীৰৱে সৰিছে,
নিৰ্জন কোঠালীত
অপেক্ষা
উৎকন্ঠা
উন্মুক্ত
স্পৰ্শিত নিশ্চুপ হৃদয়।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment