Friday 10 May 2013

এটি স্তৱক ভালপোৱাৰ



স্তিমিত জোনাকত 

তোমাৰ সৈতে বহি কথা পাতিম
হৃদয়খনো লৈ আহিবা !!
একো নেহেৰুৱাও
মাথো তোমাৰ হাতত গুজি দিম
ভালপোৱা নামৰ সপোনটো।

( খবৰ কাকতত প্ৰকাশত)

No comments:

Post a Comment