ব্লগটোত সন্নিবিষ্ট প্ৰতিটো লেখা ইতিমধ্যে বিভিন্ন বাতৰিকাকত আৰু আলোচনী আদিত প্ৰকাশিত
শিতান সমূহ
অনুভৱৰ দিনলিপি ( গদ্য)
অসমীয়া বোলছবিৰ কথাৰে
আলোকচিত্ৰ শিতান
কথা-বতৰা শিতান
কবিতা শিতান
গল্প শিতান
গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে
চিঠিৰ কথাৰে..........
প্ৰবন্ধ
মোৰ প্ৰকাশিত লেখাসমূহ
Tuesday, 22 January 2013
কেমেৰাৰ লেন্স আৰু নিজা কিছু অনুভৱ
সৰু সৰু সুখবোৰ মৰমবোৰ এনেকুৱাই লাহে লাহে বুকুখনত খোপনি লয়, চকুযুৰিত আৱেগৰ নৈ বয়.....
বিভোৰ হৈ পৰো হেৰাই যোৱাৰ ভয়ত
এই যে এৰি থৈ অহা মুহূর্তবোৰ প্ৰয়াস কৰোঁ সযতনে সাঁচি ৰাখিবলৈ কেমেৰাৰ লেন্সত অথবা এটি এলবামত, কেতিয়াবা এই প্ৰচেষ্টা ৰৈ যায়, ঠিক আন্ধাৰত ডুব যোৱা পৃথিৱীখনৰ দৰেই।
No comments:
Post a Comment
Newer Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment